Meaning : কোনো ঘটনা ঘটা এক পৰিস্থিতি
Example :
প্রস্তুত কাব্যাংশ কি পৰিপ্রেক্ষিতত লিখা হৈছে
Synonyms : পৰিপ্রেক্ষিত
Meaning : বিবেচ্য বিষয়ৰ স্বৰূপ আৰু পৰম্পৰা
Example :
সেই সভাখনত বিজ্ঞান বিষয়ৰ আলোচনা চলি আছে
Synonyms : বিষয়