Subscribe
URL of the page has been copied to clipboard.
Meaning : গছৰ পাতেৰে সজা জুপুৰী বা পঁ্জা
Example : প্রাচীন কালত মুনি, তপস্বী আদিয়ে বনত পর্ণকুটীৰ সাজি বাস কৰিছিল
Synonyms : পর্ণকুটীৰ
Meaning : ঘাঁহ-খেৰ আদিৰে সজা সৰু ঘৰ
Example : ৰামে গাঁৱৰ বাহিৰত থাকিবৰ কাৰণে এটা পঁ্জা সাজিলে
Synonyms : কুটীৰ, খুপৰি, খেৰীঘৰ, জুপুৰী, টোকোৰা পঁ্জা, পঁ্জা, পর্ণকুটীৰ, বহা
Install App