Meaning : অপকাৰ কৰোতা ব্যক্তি
Example :
অপকাৰীয়ে জীৱনত কেতিয়াও সুখ লাভ কৰিব নোৱাৰে
Synonyms : অনিষ্টকাৰী, অপকাৰী
Meaning : অনর্থ ্বা ধ্বংস কৰোঁতা
Example :
গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
Synonyms : ধ্বংসকাৰী, প্রলংয়কাৰী