Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word হৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

হৰা   ক্ৰিয়া

Meaning : কোনো লোক আদিক বলপূর্বকভ্াৱে উঠাই লৈ যোৱা

Example : সন্ত্রাসবাদীয়ে কাশ্মীৰৰ এগৰাকী মন্ত্রীৰ জীয়েকক অপহৰণ কৰিলে

Synonyms : অপহৰণ কৰা, হৰণ কৰা

Meaning : প্রতিযোগিতা, যুদ্ধ, খেল আদিত সফল নোহোৱাৰ কাৰণে হাতৰ পৰা তাৰ সৈতে সম্পর্কযুক্ত বস্তু যাবলৈ দিয়া

Example : ৰামানাথে জুৱাত পাঁচ হাজাৰ টকা হাৰিলে

Meaning : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য

Example : মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল

Synonyms : অসফল হোৱা, পৰাজিত হোৱা

Meaning : প্রচেষ্টা কৰি বিফল হোৱা

Example : মই জীৱনত হাৰিছোঁ

Synonyms : অসফল হোৱা