Meaning : কোনো কার্যৰ ্বাকী নথকা
Example :
আপোনাৰ ভাত খোৱা হʼল নেকি
Meaning : ভাগৰ ৰূপত হোৱা বা তাৰ দ্বাৰা বনোৱা
Example :
সপ্তপুৰিত অযোধ্যাৰো সমাবেশ হৈছেএই সূচীত ডাঙৰ ডাঙৰ লিখকৰ নামৰো সমাবেশ হৈছে
Synonyms : সমাবেশ হোৱা
Meaning : কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা
Example :
এতিয়া গধূলি হʼল মেঘৰ পৰা বৰষুণ হয়
Meaning : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
Example :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
Synonyms : থকা, স্থিত হোৱা
Meaning : এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা
Example :
মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল
Meaning : প্রতিৰূপ হোৱা
Example :
মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে