Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
Example : মেজত থোৱা কিতাপখন কʼত হেৰাল
Synonyms : উৰা
Meaning : অসাৱধানতা বশতঃ বা মনত নৰখাৰ কাৰণে হেৰাই যোৱা
Example : মোৰ চাবিপাত হেৰাল
Meaning : দেখা নোপোৱা
Example : তেওঁৰ ্চেহেৰাৰ হাঁহিটো হেৰাই গʼল
Synonyms : হেৰাই যোৱা
Meaning : যিটো হেৰাইছে
Example : পুলিচে নিৰুদ্দেশ ব্যক্তিৰ সন্ধান কৰি আছে
Synonyms : নিৰুদ্দেশ
Install App