Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
Example : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
Synonyms : অর্থ, কাৰক, কাৰণ, নিমিত্ত, মূল
Meaning : প্রমাণিত কৰা কোনো কথা
Example : উকীলে হেতুৰ সন্ধানত লাগি আছে
Meaning : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
Example : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
Synonyms : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, লক্ষ্য
Meaning : মূল কাৰণ
Example : সমস্যাৰ হেতুৰ প্রতি ধ্যান দি সমাধান বিচাৰক
Install App