Meaning : কাৰোবাৰ হিত বা ভাল বিচৰা ব্যক্তি
Example :
শুভাকাংশীৰ কাৰণেই তেওঁ ্বৰবাদ হোৱাৰ পৰা বাচিল
Synonyms : শুভাকাংশী
Meaning : হিত বা ভাল হোৱাটো বিচৰা
Example :
বর্ত্্মান সময়ত ভাগ্যৰ বলতহে হিতৈষীলোক পোৱা যায়
Synonyms : কল্যাণকামী, শুভাকাংক্ষী, শুভাকাঙ্খী শুভচিন্তক