Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য
Example : সকলোৰে মংগল হোৱা কাম কৰা উচিত
Synonyms : কল্যাণ, ভাল, মংগল, লাভ
Meaning : কাৰোবাৰ ভাল বা হিতসাধন কৰা কার্য
Example : সৎলোকে সকলোৰে উপকাৰ সাধে
Synonyms : উপকাৰ, ভাল
Install App