Meaning : আয়-ব্যয় আদিৰ বিৱৰণ
Example :
বেংক কর্তৃপক্ষই প্রতিমাহতে হিচাপ-নিকাচ কৰে
Synonyms : হিচাপ, হিচাপ-নিকাচ, হিচাব
Meaning : কোনো বস্তু, কাম আদিৰ বিৱৰণ
Example :
এই পুৰণি মন্দিৰটোৰ হিচাব-নিকাচ পূজাৰীৰ হাতত আছে
Synonyms : লেখ-জোখ, হিচাপ-নিকাচ