Subscribe
URL of the page has been copied to clipboard.
Meaning : হিংসা কৰা বা মাৰি পেলাব পৰা প্রাণী
Example : জংঘলত প্রৱেশ কৰাৰ আগতে হিংস্র জন্তুৰ পৰা বাছিবৰ উপায়ো ভাবি লোৱা উচিত
Synonyms : ঘাতক, হিংস্র
Meaning : যিয়ে হিংসা কৰে
Example : আজিকালিৰ মানুহবোৰ হিংসুক হৈ গৈ আছে
Synonyms : আততায়ী, নৃশংস, বর্বৰ, হিংসাপৰায়ণ, হিংস্র
Install App