Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
Example : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
Synonyms : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হালত, ৰূপ
Meaning : একে ধৰণৰ দুটা বস্তু
Example : পাৰৰ এই যোৰাটো ভাল
Synonyms : যোৰা
Meaning : মাটি চহ কৰা এবিধ ্ সঁজুলি
Example : খেতিয়কে পথাৰত হাল বায় আছে
Synonyms : নাঙল, লাঙ্গল
Install App