Subscribe
URL of the page has been copied to clipboard.
Meaning : হাতোৰাৰ লাক্ষণিক প্ৰয়োগ
Example : মৃত্যুৰ হাতোৰাৰ পৰা কোনো বাচিব নোৱাৰে
Meaning : পশু বা পক্ষীৰ আকোঁৰা পঞ্জা বিশেষ
Example : নিগনিটো বাঘৰ হাতোৰাত পৰিল
Synonyms : পঞ্জা
Meaning : পশু, পক্ষী আদিৰ হাত বা ভৰিৰ আঙুলিৰ সমষ্টি
Example : বাঘটোৱে হৰিণাটোক হাতোৰাৰে হেঁচি ধৰিলে
Synonyms : পাঞ্জা, বাকুহা, হাঁতোৰা
Meaning : সা-সঁজুলি আদিৰ ধৰা অংশ
Example : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে
Synonyms : ঠাৰি, মুঠি, হাত, হেণ্ডেল
Install App