Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
Example : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
Synonyms : উপকৰণ, যতন, সঁজুলি, সাধন, হাথিয়াৰ
Meaning : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে
Example :
Synonyms : অস্ত্র, অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাথিয়াৰ
Meaning : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়
Example : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে
Synonyms : অস্ত্র, হাথিয়াৰ
Install App