Subscribe
URL of the page has been copied to clipboard.
Meaning : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
Example : তাৰ হাতত বৰ জোৰ আছে
Synonyms : কৰ, পাণি, ভূজ, হস্ত
Meaning : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
Example : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
Synonyms : কৰ, হস্ত
Meaning : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
Example :
Synonyms : কৰ, পাণি, হস্ত
Meaning : মণিবন্ধৰ আগৰ অংশ
Example : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল
Synonyms : কৰ
Meaning : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
Example : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
Synonyms : দখল, সামর্থ্য
Meaning : সা-সঁজুলি আদিৰ ধৰা অংশ
Example : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে
Synonyms : ঠাৰি, মুঠি, হাতোৰা, হেণ্ডেল
Install App