Subscribe
URL of the page has been copied to clipboard.
Meaning : বাধা প্ৰদান কৰা কাৰ্য
Example : ৰমাৰ শাহুৱেকে তাইৰ প্ৰতিটো কামতে হাক দিয়ে
Synonyms : বাধা দিয়া, হকা-বধা কৰা
Meaning : কোনো কথা বা কামত নিষেধাজ্ঞা আৰোপ কৰা
Example : মাকে লʼৰাটোক ৰʼদত বাহিৰ ওলোৱাৰ ক্ষেত্রত বাধা দিলে
Synonyms : নিষেধ কৰা, বাধা দিয়া, মানা কৰা
Install App