Subscribe
URL of the page has been copied to clipboard.
Meaning : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ
Example : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে
Synonyms : অট্টালিকা, ইমাৰত, কাৰেং, দালান, প্রাসাদ, বাস্তু, ভৱন, মহল, সৌধ, হাবেলি
Meaning : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
Example : এই ঘৰটোত পাঁচটা কোঠা আছে
Synonyms : আবাসস্থান, আলয়, গৃহ, ঘৰ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়
Install App