Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word হঠকাৰিতা from অসমীয়া dictionary with examples, synonyms and antonyms.

হঠকাৰিতা   বিশেষ্য

Meaning : নিজৰ অনুচিত কথাত আকোঁগোজ হৈ থকা অৱস্থা বা যুক্তিৰ বিপৰীতেও নিজৰ মতকে ধৰি ৰখা গুণ

Example : কিশোৰৰ আকোঁৰগোজালি স্বভাৱত সকলো অসন্তুষ্ট হৈছে

Synonyms : আকোঁৰগোজালি, আমঠালি, ঠহ, মগৰামি