Meaning : খোৱা আহাৰ পেটলৈ গৈ শৰীৰত প্রয়োজন হোৱা পদার্থৰ ৰূপত পৰি্ৱর্তন ্হোৱা প্রক্রিয়া
Example :
আহাৰ ভালদৰে হজম নোহোৱাৰ কাৰণে কোষ্ঠবদ্ধতা ৰোগ হয়
Synonyms : পাচন, পাচন ক্রিয়া
Meaning : বেইমানী বা অনুচিত ৰীতিৰে অধিকাৰ কৰা
Example :
সৰু ভায়েকৰ হজম কৰা ধনে তেওঁক ্নাটিলে