Subscribe
URL of the page has been copied to clipboard.
Meaning : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়
Example : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে
Synonyms : অধিকাৰ, দখল, স্বত্ব
Meaning : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
Example :
Synonyms : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, ্ যথাযথ
Install App