Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত
Example : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত
Synonyms : অনুচ্চ, চাপৰ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন
Meaning : মাত্রা, আকাৰ, বিস্তাৰ আদিত সীমিত বা বেলেগৰ তুলনাত কম
Example : মোৰ ঘৰটো বৰ সৰু শিশুৰ কাৰণে মই এটা অকণমানি খেলনা কিনিব লাগে
Synonyms : অকণমানি, অকমানি
Meaning : সৰু আকাৰ বা অবয়ৱযুক্ত
Example : বাওনা মানুহজনে জপিয়াই জপিয়াই গছৰ ডালটো ধৰিবৰ কাৰণে চেষ্টা কৰি আছে
Synonyms : বাওনা, বামন
Meaning : যাৰ জন্ম পিছত হৈছে
Example : লক্ষ্মণ ৰামৰ অনুজ ভায়েক আছিল
Synonyms : অনুজ, কনিষ্ঠ
Meaning : দীঘ আৰু প্রস্থত কম
Example : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়
Synonyms : চেপা, ঠেক
Install App