Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সৰু from অসমীয়া dictionary with examples, synonyms and antonyms.

সৰু   বিশেষণ

Meaning : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত

Example : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত

Synonyms : অনুচ্চ, চাপৰ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন

Meaning : মাত্রা, আকাৰ, বিস্তাৰ আদিত সীমিত বা বেলেগৰ তুলনাত কম

Example : মোৰ ঘৰটো বৰ সৰু শিশুৰ কাৰণে মই এটা অকণমানি খেলনা কিনিব লাগে

Synonyms : অকণমানি, অকমানি

Meaning : সৰু আকাৰ বা অবয়ৱযুক্ত

Example : বাওনা মানুহজনে জপিয়াই জপিয়াই গছৰ ডালটো ধৰিবৰ কাৰণে চেষ্টা কৰি আছে

Synonyms : বাওনা, বামন

Meaning : যাৰ জন্ম পিছত হৈছে

Example : লক্ষ্মণ ৰামৰ অনুজ ভায়েক আছিল

Synonyms : অনুজ, কনিষ্ঠ

Meaning : দীঘ আৰু প্রস্থত কম

Example : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়

Synonyms : চেপা, ঠেক