Meaning : এবিধ তিলজাতীয় শস্য
Example :
তেওঁ ্ তেল উলিয়াবলৈ ঘানিত সৰিয়হ পেৰি আছে
Synonyms : সৰিয়হ গুটি
Meaning : বীজৰ পৰা তেল উলিওৱা এবিধ কৃষিজ উদ্ভিদ
Example :
ফুলি থকা সৰিয়হৰ খেতিডৰাই মন মুহিছে
Synonyms : সৰিয়হ গছ