Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সৰলতা from অসমীয়া dictionary with examples, synonyms and antonyms.

সৰলতা   বিশেষ্য

Meaning : অকপট হোৱা অৱস্থা বা ভাব

Example : সৰলতা মানুহৰ ভাল চৰিত্রৰ এটা লক্ষণ

Synonyms : ঋজুতা, কপটহীনতা

Meaning : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা

Example : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ

Synonyms : অমায়িকতা, ঋজুতা, সহজতা, সামান্যতা

Meaning : সহজ হোৱা অৱস্থা বা ভাব

Example : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে

Synonyms : ঋজুতা, সহজ, সহজতা