Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সৎ from অসমীয়া dictionary with examples, synonyms and antonyms.

সৎ   বিশেষণ

Meaning : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়

Example : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই

Synonyms : উত্তম, ভাল

Meaning : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

Example : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

Synonyms : ভাল, সজ্জন, সাধু, সুজন

Meaning : যʼত সৎগুণ আছে

Example : সৎগুণী লোক প্রশংসাৰ প্রাত্র

Synonyms : গুণশালী, গুণী, গুণৱান, গুনৱন্ত, সদ্গুণী, সৎগুণী