Subscribe
URL of the page has been copied to clipboard.
Meaning : শাৰীৰিক প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গ্রন্থি বা কোশিকাৰ পৰা নিগৰিত দ্রৱ বিশেষ
Example : লালটি, হৰমোন আদি ৰসে মানৱ শৰীৰত বিশেষ ভূমিকা পালন কৰে
Synonyms : ৰস
Meaning : নিগৰি বৈ অহা কার্য
Example : ঘা-ডোখৰৰ পৰা পুঁজ ক্ষৰণ হৈ আহিছে
Synonyms : ক্ষৰণ, নিঃসৰণ
Install App