Meaning : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি
Example :
ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ
Synonyms : সুৰ
Meaning : যি ্বর্ণই আন বর্ণৰ ্সহায় নোলোৱাকৈ উচ্চাৰণ হয়
Example :
হিন্দীত তেৰটা স্বৰ আছে
Synonyms : স্বৰ অক্ষৰ, স্বৰ বর্ণ