Meaning : যাক অনুমতি দিয়া হৈছে
Example :
মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ
Synonyms : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, অনুমোদিত
Meaning : যাৰ সহমত লাভ কৰিছে
Example :
চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব
Synonyms : অনুমোদনপ্রাপ্ত, অনুমোদিত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত
Meaning : যাৰ কাৰণে স্বীকৃতি লাভ কৰা হৈছে
Example :
স্বীকৃত আঁচনিখন এতিয়াও আৰম্ভ হোৱা নাই
Synonyms : অনুমতি প্রাপ্ত