Meaning : প্রস্তাৱ আদি মানি লোৱা বা কোনো কাম কৰিবৰ কাৰণে যোগাত্মক ৰূপত স্বীকাৰ কৰা
Example :
প্রাধ্যাপকে আমাৰ এই কামটোক স্বীকৃতি দিলে
Synonyms : সন্মতি জনোৱা, স্বীকৃতি দিয়া, হাঁ কৰা
Meaning : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা
Example :
ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়
Synonyms : মানা, স্বীকৃতি দিয়া