Subscribe
URL of the page has been copied to clipboard.
Meaning : যি গৰাকী স্ত্রীৰ স্বামী ঢুকাইছে
Example : মেজৰ ৰণবীৰক মৰণোত্তৰভাৱে প্রদান কৰা পৰমবীৰ চক্র সন্মান তেওঁৰ বিধৱা পত্নীয়ে গ্রহণ কৰিলে
Synonyms : পতিহীনা, বাঁৰী, বিধৱা
Meaning : যাৰ স্বামীৰ মৃত্যু হৈছে
Example : বাৰাণসীৰ বিধবা আশ্রমত থকা বিধবা স্ত্রীসকলৰ অৱস্থা বৰ দুখজনক
Synonyms : পতিহীনা, বাঁৰী, বিধবা
Install App