Subscribe
URL of the page has been copied to clipboard.
Meaning : সাধু, সন্ত আদিৰ বাবে সম্বোধন
Example : আজি আমাৰ গাঁৱলে স্বামী মাধবানন্দ আহিছে
Meaning : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে
Example : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল
Synonyms : অধিপতি, গৰাকী, মালিক
Meaning : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে
Example :
Synonyms : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, বৰ, মতা
Install App