Meaning : কাৰো অধীনত নাথাকি মুক্তভাৱে থকা অৱস্থা বা ভাব
Example :
তেওঁ ্ স্বাধীনতাৰ কাৰণে যুঁজি আছে
Synonyms : অপৰাধীনতা, আজাদী, স্বতন্ত্রতা, স্বাতন্ত্র্যস, স্বৰাজ
Meaning : প্রতিবন্ধক বা বাধা নথকা
Example :
মাত্রধিক স্বাধীনতাইও মানুহক বেয়া কৰে
Synonyms : প্রতিবন্ধকহীনতা