Subscribe
URL of the page has been copied to clipboard.
Meaning : জাতি বা সমাজৰ লোক
Example : অন্য জাতিৰ পৰা বিয়া কৰোৱাৰ কাৰণে জ্ঞাতিয়ে শ্যামৰ ঘৰলৈ অহা-যোৱা বন্ধ কৰি দিলে
Synonyms : গোষ্ঠী, জ্ঞাতি
Meaning : একে জাতি বা বর্গৰ
Example : এতিয়াও বেছিভাগ পৰিয়ালৰ মাজত স্বজাতিৰ মাজৰ বিবাহকহে স্বীকৃতি দিয়া হয়
Synonyms : স্বজাতীয়, ্সমবর্গী ্সমবর্গীয়
Install App