Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word স্বজন-তোষণ from অসমীয়া dictionary with examples, synonyms and antonyms.

স্বজন-তোষণ   বিশেষ্য

Meaning : নিজৰ অধিকাৰৰ প্রয়োগ কৰি আত্মীয়-স্বজনৰ লগত কৰা পক্ষপাত

Example : স্বজনতোষণৰ পৰা ঊর্ধলৈ উঠিলেহে দেশৰ মংগল সাধন কৰিব পৰা যায়

Synonyms : কুটুম্ব তোষণ, স্বজনতোষণ