Meaning : মেঘ নথকা
Example :
ৰাতি মেঘহীন আকাশত তৰাবোৰ জিলিকি আছিল
Synonyms : অভ্রহীন, নির্মেঘ, নি্র্ম্্ল আকাশ, নিৰভ্র, পৰিস্কাৰ আকাশ, মেঘমুক্ত, মেঘশূন্য, মেঘহীন
Meaning : যাৰ সন্মুখত বা মাজত থাকিলেও সিপাৰৰ বস্তু দেখা পোৱা যায়
Example :
চিচা এবিধ প্রতিফলক পদার্থ
Synonyms : প্রতিফলক