Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰৰ কোনো অংশত অত্যন্ত বিষোৱা, তেজ গোটমাৰি পূঁজ ্ জমা হৈ সৃষ্টি হোৱা এবিধ উখহা ৰোগ
Example : তেওঁ ্ সদায় ফোঁহোৰাটো পৰিষ্কাৰ কৰি মলম-পট্টি লগায়
Synonyms : গাঁড়, নাৰেঙা, নাৰেঙ্গা, ফোহা, ফোহোৰা, বিহফোঁহা, ব্রণ, স্ফোট
Meaning : জ্বলিলে বা পুৰিলে চালত পানী জমা হৈ ফুলি উঠা অংশ
Example : জুইয়ে পোৰাত মোহনৰ গাত ঠায়ে ঠায়ে জোলা বান্ধিছে
Synonyms : জোলা, ঢোপ, ঢৌ, পানীজোলা
Install App