Subscribe
URL of the page has been copied to clipboard.
Meaning : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা
Example : ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল
Synonyms : আনন্দ, আহ্লাদ, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, প্রফুল্লতা, প্রসন্নতা, সন্তুষ্টি, সন্তোষ, হৰিষ, ্হর্ষ
Install App