Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত উৎসাহ বা স্ফূর্তি নাই
Example : স্ফূর্তিহীন খেলুৱৈক দলৰ পৰা বাহিৰ কৰি দিয়া হʼল
Synonyms : অনুৎসাহী, উদ্যমহীন, উৎসাহহীন, নিৰুৎসাহিত, নিৰুৎসাহী
Install App