Subscribe
URL of the page has been copied to clipboard.
Meaning : শুদ্ধ বা ভ্রমহীনভাৱে দেখা পোৱা
Example : শিক্ষকজনে ব্লেকবʼর্ডত ্ পাচনতন্ত্রৰ ছবি স্পষ্টকৈ আঁকি বুজাই দিলে
Synonyms : জলজল পটপট, দেখদেখ, প্রকট, পৰিষ্কাৰ, পৰিস্ফুট, ফটফটীয়া, স্বচ্ছ
Meaning : যিটো ভালকৈ বুজা যায়
Example : এই কবিতাটোৰ ভাবটো স্পষ্ট নহয়
Synonyms : জলজল পটপট, পৰিষ্কাৰ
Install App