Subscribe
URL of the page has been copied to clipboard.
Meaning : জলেৰে তিওৱা বা শৰীৰক ৰʼদত সেকা কার্য
Example : স্নানৰ দ্বাৰা কিছুমান ৰোগ দূৰ হয়
Meaning : নিকা বা শীতল কৰিবৰ কাৰণে গোটেই শৰীৰটো পানীৰে ধোৱা কার্য
Example : সাধুলোকে স্নানৰ পাচত পূজা পাঠ কৰে
Synonyms : গা-ধোৱা, জল-স্নান
Install App