Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word স্থিৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

স্থিৰ   বিশেষণ

Meaning : যিজন বিচলিত নহয়

Example : অবিচলিত লোকে নিজৰ লক্ষ্যত সহজেই উপনীত হয়

Synonyms : অবিচল, অবিচলিত

Meaning : যি সিদ্ধান্ত সলনি নহয়

Example : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

Synonyms : অটল, অবিচল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন

Meaning : যি চঞ্চল নহয়

Example : মানুহজন গম্ভীৰ স্বভাৱৰ

Synonyms : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ

Meaning : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

Example : পাহাৰ-পর্বত স্থিৰ

Synonyms : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল

Meaning : যʼত তৰঙ্গ উঠি থকা নাই

Example : শ্যামে স্থিৰ পানীতলৈ শিল দলিয়াই আছে

Synonyms : শান্ত

Meaning : যʼত কোনো পৰি্ৱর্তন ্বা সাল-সলনি নহয় বা একে স্থিতিতে থকা

Example : কিছুমান বস্তুক স্থিৰ তাপমানত ৰখা হয়

Meaning : যাৰ চিত্ত স্থিৰ

Example : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে

Synonyms : অচঞ্চল, অমত্ত, প্রশান্ত, শান্ত, স্থিৰচিত্ত

Meaning : যি চলা-ফুৰা কৰিব নোৱাৰে

Example : গছবোৰ সজীৱ সত্ত্বেও অচল

Synonyms : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল

Meaning : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়

Example : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে

Synonyms : অগতি, গতিশূন্য, গতিহীন