Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word স্থিতিশীল from অসমীয়া dictionary with examples, synonyms and antonyms.

স্থিতিশীল   বিশেষণ

Meaning : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

Example : পাহাৰ-পর্বত স্থিৰ

Synonyms : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিৰ

Meaning : যি চলা-ফুৰা কৰিব নোৱাৰে

Example : গছবোৰ সজীৱ সত্ত্বেও অচল

Synonyms : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিৰ