Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ অস্তিত্ব আছে
Example : জনা-শুনা সমস্যাবোৰ দূৰ নকৰাকৈ একোৱেই হʼব নোৱাৰে
Synonyms : জনা-শুনা, বাহাল, বিদ্যমান, বিৰাজমান
Meaning : কোনো বিশেষ স্থান বা স্থিতিত ৰৈ থকা বা টিকি থকা
Example : হিমালয় ভাৰতৰ উত্তৰ দিশত অৱস্থিত
Synonyms : অধিষ্ঠিত, অৱস্থিত
Install App