Subscribe
URL of the page has been copied to clipboard.
Meaning : একাদিক্রমে ওপৰৰ পৰা তললৈ অহা কার্য
Example : উত্তৰাঞ্চলত ভূমি স্খলন হৈ পঞ্চাশজন লোক নিহত হʼল
Meaning : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
Example : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
Synonyms : অধঃপতন, অধঃপাত, অৱনতি, পতন
Install App