Subscribe
URL of the page has been copied to clipboard.
Meaning : সুন্দৰ হোৱা অৱস্থা বা ভাব
Example : কাশ্মীৰৰ সৌন্দর্য ্চালে চাই থাকিবৰ মন যায়
Synonyms : কমনীয়তা, সুন্দৰতা, ৰমণীয়তা
Meaning : শোভিত হোৱা অৱস্থা বা ভাব
Example : সূর্যাস্তৰ সময়ত আকাশৰ সৌন্দর্য ্চাবলগীয়া হয়
Synonyms : কান্তি, ্শোভা, ৰমণীয়তা
Meaning : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
Example : তেওঁৰ ্ কান্তি নিৰুপম
Synonyms : কান্তি, ৰূপ
Install App