Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
Example : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
Synonyms : কোব, বেগ
Meaning : বৈ যোৱা কার্য ্বা ভাব
Example : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
Synonyms : ধাৰা, প্রবাহ, বেগ
Meaning : বায়ুৰ প্রৱাহ
Example : জিলমিলিয়া ৰʼদ আছিল আৰু ৰৈ ৰৈ বতাহৰ সোঁত বৈ আছিল
Meaning : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ
Example : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়
Synonyms : ধাৰ, ধাৰা, প্রৱাহ
Install App