Subscribe
URL of the page has been copied to clipboard.
Meaning : চেনী, নিমখ বা জলকীয়া আদি যিমান মাত্রাত থাকিব লাগে তাতকৈ কম থকা
Example : মোৰ সেৰসেৰীয়া আঞ্জা একেবাৰে ভাল নালাগে
Meaning : যʼত কোনো সোৱাদ নাই
Example : আজিৰ আহাৰ সেৰসেৰীয়া হৈছে
Synonyms : নীৰস, বিৰস, সেৰেকা, সোৱাদ নোহোৱা, স্বাদহীন
Install App