Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সেউজীয়া from অসমীয়া dictionary with examples, synonyms and antonyms.

সেউজীয়া   বিশেষ্য

Meaning : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং

Example : চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে

Synonyms : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ, হৰিৎ্বর্ণ

Meaning : সেউজীয়া গছ-গছনিৰ সমূহ বা বিস্তাৰ

Example : বর্ষা ঋতুত সেউজীয়া বৃদ্ধি পায়

Synonyms : হৰিৎ্বর্ণ

সেউজীয়া   ক্ৰিয়া

Meaning : গছ-গছনি সেউজ ৰঙৰ হোৱা ~

Example : পানী পোৱাৰ লগে লগে ৰʼদত লেৰেলি যোৱা গছজোপা সেউজীয়া হৈ পৰিল

সেউজীয়া   বিশেষণ

Meaning : যি শুকান বা মৰহি যোৱা নহয়

Example : এই বাগিচাখনৰ সকলো গছেই সেউজীয়া

Synonyms : সেউজপূর্ণ, সেউজবুলীয়া, সেউজী

Meaning : যিটো সেউজীয়া বৰণৰ

Example : গার্ডে সেউজীয়া পতাকা দেখুৱাৰ লগে লগে গাড়ীবোৰ চলিবলৈ ধৰিলে

Synonyms : হৰিৎ

Meaning : যি মৰহি যোৱা নাই বা যʼত জীৱনী শক্তি আছে

Example : পানী সিচি দিয়াৰ কাৰণে গৰমতো উদ্ভিদবোৰ সেউজীয়া হৈ আছে

Meaning : যʼত সেউজীয়া গছ-গছনিৰে ভৰি আছে

Example : জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহে সেউজীয়া সেউজীয়া হাবিবোৰ কাটিবলৈ ধৰিছে

Synonyms : সেউজীয়া সেউজীয়া