Meaning : সূর্যৰ ্ পৰা বিকিৰিত পোহৰ
Example :
দিন হোৱাৰ লগে লগে পৃথিৱীত সূর্যৰ ্পোহৰ বিয়পি পৰে
Synonyms : বেলিৰ পোহৰ, সূর্য কিৰণ, সূর্য ৰশ্মি, সূর্যৰ ্পোহৰ, ৰবিৰশ্মি
Meaning : সূর্যৰ ্ পোহৰ
Example :
জাৰৰ দিনত ৰʼদ ভাল লাগে
Synonyms : সূর্যৰ ্ তাপ, সূর্যৰশ্মি, ৰʼদ, ৰবিকৰ, ৰবিজ্যোতি, ৰৌদ্রপ্রভা