Meaning : নাটকৰ ভূমিকাৰ বর্ণ্্না কৰি কাহিনী ভাগ আগবঢ়াই লৈ যোৱা এটি গুৰুত্বপূর্ণ চৰিত্র
Example :
সূত্রধাৰে মঞ্চলৈ আহি নাটকৰ শুভাৰম্ভ কৰিলে
Synonyms : কথক
Meaning : যি কোনো কামৰ আৰম্ভণি কৰে
Example :
ইয়াৰ আঁত ধৰোঁতা কোন?
Synonyms : আঁত ধৰোঁতা, গুৰি ধৰোঁতা