Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
Example : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
Synonyms : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূত্রপাত
Meaning : কোনো কামৰ আৰম্ভণি হোৱা কার্য
Example : গান্ধীজীয়ে এক নতুন যুগৰ সূত্রপাত কৰিলে
Synonyms : সূত্রপাত
Install App